বৰপেটা লোকসভা সমষ্টিত সন্ধিয়া ৭ বজালৈকে ভোটদানৰ হাৰ…

বৰপেটা লোকসভা সমষ্টিত সন্ধিয়া ৭ বজালৈকে ভোটদানৰ হাৰ…

author-image
asomiyapratidin
New Update
১ বজালৈকে বৰপেটাত ভোটদানৰ হাৰ…

  • বৰপেটা লোকসভা সমষ্টিত সন্ধিয়া ৭ বজালৈকে ভোটদানৰ হাৰ ৭৭.৮ শতাংশ৷
  • সংসদীয় সমষ্টিটোৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটাত ভোটদানৰ হাৰ এনেধৰণৰ-
  • বঙাইগাঁৱত মুঠ ভোটদানৰ হাৰ ৭৯.০০ শতাংশ।
  • উত্তৰ অভয়াপুৰীত ভোটদানৰ হাৰ ৬৯.৩২ শতাংশ।
  • দক্ষিণ অভয়াপুৰীত ভোটদানৰ হাৰ ৭০.১১ শতাংশ।
  • বৰপেটাত ভোটদানৰ হাৰ ৭৬ শতাংশ।
  • বাঘবৰত ভোটদানৰ হাৰ ৮১.১২ শতাংশ।
  • চেঙাত ভোটদানৰ হাৰ ৮৭.৪২ শতাংশ।
  • জনীয়াত ভোটদানৰ হাৰ ৮৬.৫৩ শতাংশ।
  • সৰুক্ষেত্ৰীত ভোটদানৰ হাৰ ৮২.৩২ শতাংশ।
  • পাটাছাৰকুছিত ভোটদানৰ হাৰ ৭১.২৬ শতাংশ।
  • ইয়াৰ লগতে ধৰ্মপুৰত ভোটদানৰ হাৰ ৭৮.৮৪ শতাংশ।