কলাইগাঁও, মঙ্গলদৈ, ছিপাঋাৰ আৰু দলগাঁৱত ১ বজাৰলৈকে ভোটদানৰ হাৰ

কলাইগাঁও, মঙ্গলদৈ, ছিপাঋাৰ আৰু দলগাঁৱত ১ বজাৰলৈকে ভোটদানৰ হাৰ

author-image
asomiyapratidin
New Update
অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণঃ আবেলি ৩ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

  • মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত মঙলদৈ নিৰ্বাচনী জিলাত অব্যাহত ভোটগ্ৰহণ।
  • মঙ্গলদৈ লোকসভা সমষ্টিত ১ বজাৰলৈকে ভোটদানৰ হাৰ ৪৯ শতাংশ।
  • কলাইগাঁও বিধানসভা সমষ্টিত মুঠ ভোটদান ৫৩ শতাংশ।
  • মঙ্গলদৈ বিধানসভা সমষ্টিত ৫৩% ভোটদান সম্পন্ন।
  • ছিপাঋাৰ বিধানসভা সমষ্টিত মুঠ ভোটদান ৫১ শতাংশ।
  • দলগাঁও বিধানসভা সমষ্টিত মুঠ ভোটদান ৫৫ শতাংশ।