সামৰণি পৰিল অসমৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন, মঙ্গলদৈত সৰ্বোচ্চ, সৰ্বনিম্ন ভোটদান ডিফুত

সামৰণি পৰিল অসমৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন, মঙ্গলদৈত সৰ্বোচ্চ, সৰ্বনিম্ন ভোটদান ডিফুত

author-image
asomiyapratidin
New Update
সামৰণি পৰিল অসমৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন, মঙ্গলদৈত সৰ্বোচ্চ, সৰ্বনিম্ন ভোটদান ডিফুত

  • অসমত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সামৰণি পৰিল।
  • অসমত ৫ টা সমষ্টিত অনুষ্টিত হৈছিল এই নিৰ্বাচন।
  • অসমত ৫টা সমষ্টিৰ মুঠ ভোটদানৰ হাৰ ৭৩.৩২ শতাংশ।
  • কৰিমগঞ্জত ভোটদানৰ হাৰ ৭১.৪১ শতাংশ।
  • শিলচৰত ভোটদানৰ হাৰ ৭১.৭৯ শতাংশ।
  • ডিফুত মুঠ ভোটদানৰ হাৰ হৈছে ৬৯.৫১ শতাংশ।
  • ৭৫.০৭ শতাংশ লোকে মঙ্গলদৈত সাব্যস্ত কৰে ভোটদান।
  • ৭৫.৭১ শতাংশ লোকে ভোটদান সাব্যস্ত কৰে নগাঁও সমষ্টিত।
  • অৱশ্যে এই পৰিমাণ কিছু পৰিমাণে সাল-সলনি হোৱাৰ সম্ভাৱনা আছে।