অসম মুখ্য-পৃষ্ঠা ২ বজাৰলৈকে ৫ সমষ্টিৰ ভোটদানৰ হাৰ… ২ বজাৰলৈকে ৫ সমষ্টিৰ ভোটদানৰ হাৰ… asomiyapratidin 18 Apr 2019 14:19 IST Follow UsNew Updateদুপৰীয়া ২ বজাৰলৈকে কৰিমগঞ্জৰ ভোটদানৰ হাৰ ৫৮ শতাংশ।নগাঁৱত ২ বজাৰলৈকে ৫৬ শতাংশ ভোটদানৰ হাৰ।শিলচৰ সমষ্টিত ৬১ শতাংশ ভোটদানৰ হাৰ।মঙলদৈত ২ বজাৰলৈকে নিৰ্বাচনৰ হাৰ ৫৯ শতাংশ।ডিফুত ভোটদানৰ হাৰ ২ বজাৰলৈকে ৬১ শতাংশ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক