৩ বজালৈকে ৰাজ্যৰ ক’ত কিমান ভোটদানৰ হাৰ…

৩ বজালৈকে ৰাজ্যৰ ক’ত কিমান ভোটদানৰ হাৰ…

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

  • ৰাজ্যত অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • সমগ্ৰ ৰাজ্যত বিয়লি ৩ বজালৈকে ভোটদানৰ হাৰ হৈছে-
  • মুঠ ভোটদানৰ হাৰ ৬০.৯৮ শতাংশ।
  • কোকৰাঝাৰত ৬৩.৩৬ শতাংশ ভোটাধিকাৰ সাব্যস্ত।
  • ধুবুৰীত মুঠ ভোটদানৰ হাৰ ৬৩.৭৯ শতাংশ।
  • বৰপেটা সমষ্টিত ৩ বজালৈকে ভোটদানৰ হাৰ ৫৮.৯৪ শতাংশ।
  • গুৱাহাটীত ৫৮.২৩ শতাংশ লোকে বৰ্তমানলৈকে সাব্যস্ত কৰিছে ভোটাধিকাৰ