আজি ঘোষণা কৰা হ’ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল…

আজি ঘোষণা কৰা হ’ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল…

author-image
asomiyapratidin
New Update
আজি ঘোষণা কৰা হ’ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল…

প্ৰতিকী ফটো

  • বুধবাৰে ঘোষণা কৰা হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল।
  • কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল উপলব্ধ হ'ব www.sebaonline.org ৱেবছাইটত।
  • ফলাফলৰ লগতে আজিয়েই শিক্ষাৰ্থীয়ে পাব প্ৰমাণপত্ৰ আৰু মাৰ্কশ্বীট।
  • নিজ পৰীক্ষা কেন্দ্ৰতো শিক্ষাৰ্থীয়ে লাভ কৰিব পৰীক্ষাৰ ফলাফল।
  • উল্লেখ্য যে, এইবৰ্ষৰ কম্পাৰ্টমেন্টেল পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৪২,৩০২গৰাকী পৰীক্ষাৰ্থী।