New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/poster.jpg)
- শুকুৰবাৰে মুক্তি পাব ৰীমা দাসৰ ছবি 'বুলবুল কেন ছিং'।
- মুক্তিৰ পূৰ্বে আজি হ'ব ছবিখনৰ প্ৰিমিয়াৰ শ্ব'।
- ছবিখন উপভোগ কৰিবলৈ সকলোকে আহ্বান জনাইছে পৰিচালক ৰীমা দাসে।
- 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ অভূতপূৰ্ব সফলতাৰ পিছত 'বুলবুল কেন ছিং' ছবিখনেও ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হৈছে।
- ইতিমধ্যে এই ছবিখনে লাভ কৰিছে 'ৰজত কমল' বঁটা।