ৰাজ্যত কোৰোনা আক্ৰান্ত হৈ ১৮ গৰাকীৰ মৃত্যু….

ৰাজ্যত কোৰোনা আক্ৰান্ত হৈ ১৮ গৰাকীৰ মৃত্যু….

author-image
asomiyapratidin
New Update
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ  বড়ো ভাষাক ৰাজ্যৰ সহযোগী ভাষা হিচাপে অনুমতি…

ডিজিটেল ডেস্ক :বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ১৮ গৰাকী লোকে কোৰোনা আক্ৰান্ত হৈ মৃত্যু মুখত পৰে । বৰ্তমানলৈ ৰাজ্যত কোৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪১৪ জন । বৃহস্পতিবাৰৰ দিনটোত মৃত্যুবৰন কৰা লোক কেইগৰাকী হ'ল-

Advertisment

চৰাইদেউ জিলাৰ ৰনজিত গগৈ, লখিমপুৰ জিলাৰ হৰিহৰ কলিতা,দেববলা হাজৰিকা, কামৰূপ মহানগৰ জিলাৰ ৰাজেন হাজৰিকা,বিজয় ডেকা, কামৰূপ গ্ৰাম্য জিলাৰ ধনেশ্বৰ ঠাকুৰীয়া,চন্দ্ৰকান্ত বৰ্মন,বাস্কা জিলাৰ মিনাৰাম বৰা,নগাওঁ জিলাৰ শ্ৰেয়া ঘোষ, গোলাঘাট জিলাৰ গিতাঞ্জলী বৰা, যোৰহাট জিলাৰ অনু হাজৰিকা,গোপাল বৰঠাকুৰ,গোলাঘাট জিলাৰ ৰেব ওৰাং,হাইলাকান্দি জিলাৰ কৃষ্ণ মোহন দাস,প্ৰদীপ কুমাৰ ৰয়,কাচাৰ জিলাৰ ৰীণা পাঠক,বৰপেটা জিলাৰ গজেন দাস,ডিব্ৰুগড জিলাৰ সঞ্জীৱ ফুকন ।