/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0aa2a258-183f-439d-8973-62a368a0b3e5/dilip_sarma.jpg)
-
তৃণমূল কংগ্রেছৰ নেতা দিলীপ শৰ্মাৰ পদত্যাগ।
-
শনিবাৰে মুখ্যমন্ত্রীৰ বাসগৃহত উপস্থিত তৃণমূল কংগ্রেছৰ নেতাগৰাকীৰ।
-
অসম তৃণমূল কংগ্রেছৰ মিডিয়া কোষৰ অধ্যক্ষ দিলীপ শৰ্মা।
-
বিজেপিত যোগাদান কৰাৰ সম্ভাৱনা তৃণমূল কংগ্রেছৰ নেতাগৰাকীৰ।
-
ইয়াৰোপৰি কংগ্ৰেছৰ দুই প্ৰাক্তন নেতা সুৰেশ বৰা আৰু পৰিতোষ ৰয়ো উপস্থিত আছে মুখ্যমন্ত্ৰীৰ বাসগৃহত।