/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-result-and-agragati.jpg)
ডিজিটেল সংবাদঃ তিতাবৰ ভোট গণনা কেন্দ্ৰত উপস্থিত আছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কূৰ্মী৷
তিতাবৰ মহকুমা ভোট গণনা কেন্দ্ৰত প্ৰথম ৰাউণ্ড ভোট গণনা সমাপ্তিৰ পিছত-
তিতাবৰঃ
কংগ্ৰেছ- ৩৯১৭
বিজেপি- ৩৫৩৩
মৰিয়নীঃ
কংগ্ৰেছ- ৩৬১১
বিজেপি- ৪৬৮৯
তিতাবৰ দ্বিতীয় ৰাউণ্ডৰ অন্তত-
তিতাবৰঃ
কংগ্ৰেছ- ৫০০৫
বিজেপি- ২৪৬৪
অগ্ৰগতি কংগ্ৰেছ- ২৫৪১
মৰিয়নীঃ
কংগ্ৰেছ- ২২৩০
বিজেপি- ৭০৩৫
অগ্ৰগতি বিজেপি- ৪৮০৫
তিতাবৰ তৃতীয় ৰাউণ্ডঃ
তিতাবৰঃ
কংগ্ৰেছ- ৩৮০৮
বিজেপি- ৩৪৬৮
মৰিয়নীঃ
কংগ্ৰেছ- ১৭০০
বিজেপি- ৫৯৬১
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us