/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1170fcc8-6982-49f1-b198-6718f52a2ec7/ojjj.jpg)
-
মঙলবাৰে নিশা তিতাবৰত পথ দুৰ্ঘটনা।
-
তীব্ৰ বেগী চুইফট ডিজাৰ বাহনে মহতিয়াই নিলে বিদ্যুৎ খুঁটা।
-
তিতাবৰ তাঁতীগাঁওৰ শিৱ মন্দিৰৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা।
-
বাহন খনৰ নম্বৰ হৈছে AS-03H-0849
-
আৰোহী সহ চালক জন সুৰাসক্ত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে।
-
এই দুৰ্ঘটনাত ৩ জন লোক আহত হৈছে বুলি জানিব পৰা গৈছে যদিও তেওঁলোকৰ পৰিচয় জানিব পৰা হোৱা নাই।