New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
তিতাবৰ গড়আলিৰ ধলিত পথ দুৰ্ঘটনা।
শুকুৰবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।
নিয়ন্ত্রণ হেৰুৱাই গছত খুন্দা এখন চিমেণ্টভৰ্তি ট্রাকৰ।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ট্রাকখনৰ চালক।
চাৰিঘণ্টা ধৰি গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ থাকে চালকজন।
সংকটজনক অৱস্থাত JMCHত ভৰ্তি।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।