/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/f9682803-be3a-40dc-8afa-75d417cdbddd/kakopothar.jpg)
কাকপথাৰত অচিনাক্ত বাহনৰ খুন্দাত নিহত স্কুটি আৰোহী...
-
নিশা কাকপথাৰত পথ দুৰ্ঘটনা।
-
দুৰ্ঘটনাত থিতাতে নিহত এজন লোক।
-
নিহত লোকজনক ত্ৰিবোদ কোঁৱৰ (৫০) বুলি চিনাক্ত।
-
ত্ৰিবোদ কোঁৱৰৰ ঘৰ ডুমডুমাত।
-
দুৰ্ঘটনাৰ সময়ত এখন স্কুটিৰে গৈ আছিল তেওঁ।
-
সেই সময়তে এখন অচিনাক্ত বাহনে পিছফালৰ পৰা খুন্দা মাৰে স্কুটিখনত।
-
ফলত গুৰুতৰভাৱে আহত হৈ পৰৱৰ্তী সময়ত মৃত্যু হয় ত্ৰিবোদ কোঁৱৰৰ।
Also Read: পথ দুৰ্ঘটনাত উঃ মাঃৰ পৰীক্ষাৰ্থী নিহত