/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
তিনিচুকীয়াত হঠাৎ ৰাজপথতে জ্বলি উঠিল মেজিক বাহন...
-
তিনিচুকীয়াত সংঘটিত হৈছে এক অগ্নিকাণ্ড।
-
চহৰখনৰ তুলসীৰাম পথত এখন বাহনত সংঘটিত হৈছে অগ্নিকাণ্ড।
-
জানিব পৰা মতে হঠাৎ জ্বলি উঠে পথৰ কাষত ৰৈ থকা এখন মেজিক বাহন।
-
ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ নিৰ্বাপণ কৰে জুই।
-
বাহনখনত কেনেদৰে জ্বলি উঠিল সেই লৈ সৃষ্টি হৈছে ৰহস্য।
-
সৌভাগ্যক্ৰমে ডাঙৰ অঘটন হোৱাৰ পৰা ৰক্ষা পৰে।
-
ঘটনাত কোনো হতাহতিৰ খবৰ পোৱা নাই।
Also Read: অন্ত পৰিল AJYCPৰ ধেমাজি জিলা সমিতিৰ একবিংশতিতম দ্বি-বাৰ্ষিক অধিবেশন...