New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/dangor-khobr-2.jpg)
- তিনিচুকীয়াৰ তালাপ চাহ বাগানৰ কল ঘৰত অঘটন।
- ৰোলাৰ মেচিনত সোমাল বিনোদ মিঞ্জ নামৰ শ্রমিকজন।
- শ্রমিকজনৰ শৰীৰৰ বিভিন্ন স্থানৰ লগতে মূৰতো আঘাত।
- ঘটনা গাপ দিয়াৰ চেষ্টা বাগান কৰ্তৃপক্ষৰ।
- অৱশ্যে শ্ৰমিকজন সুস্থ বুলি জানিব পৰা গৈছে।
- কোনোমতে গুৰুতৰ অঘটনৰ পৰা ৰক্ষা পৰে শ্ৰমিকজন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us