তিনিচুকীয়াৰ ৩৮নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা, থিতাতে নিহত এজন...

তিনিচুকীয়াৰ গোপনাৰীৰ ৩৮নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা। দুখন বাহনৰ মুখামুখি সংঘৰ্ষত এজন থিতাতে নিহত হয় আৰু তিনিজন গুৰুতৰভাৱে আহত হয়

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াৰ ৩৮নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা, থিতাতে নিহত এজন...

tinsukia accident

ডিজিটেল ডেস্ক : তিনিচুকীয়াৰ গোপনাৰীৰ ৩৮নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা। দুখন বাহনৰ মুখামুখি সংঘৰ্ষত এজন থিতাতে নিহত হয় আৰু তিনিজন গুৰুতৰভাৱে আহত হয়। উল্লেখ্য যে তেল পৰিবাহী টেংকাৰ আৰু ডি আই বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।

Advertisment

তথ্য যে টেংকাৰখনৰ হেণ্ডিমেনজন থিতাতে নিহত হয় লগতে চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ডি আই বাহনৰ চালকসহ ৩জন লোক গুৰুতৰভাৱে আহত হয়।আহতসকলক সংকটজনক অৱস্থাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে। উল্লেখ্য যে চাহপাত কঢ়িয়াই নিছিল ডি আই বাহনখনে।

assam accident tinsukia