/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/36094fd0-44b7-4c84-b784-f53b1babc775.jpg)
ডিজিটেল সংবাদ, পেঙেৰীঃ তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলৰ একাংশ ভোট কেন্দ্ৰত সহায়ক হিচাপে ছাত্ৰ-ছাত্ৰীক নিয়োগ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/36094fd0-44b7-4c84-b784-f53b1babc775.jpg)
বিশেষকৈ লখিমপুৰ লোক সভা সমষ্টিৰ অন্তৰ্গত ফিল'বাৰী এল,পি, স্কুল ভোট কেন্দ্ৰ আৰু অৰুণোদয় এল, পি, স্কুল ভোট কেন্দ্ৰ দুটাত পুৱাৰে পৰা একাংশ ছাত্ৰই সহায়ক হিচাপে কৰ্তব্য সম্পাদন কৰি থকা পৰিলক্ষিত হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/2994d22b-dd16-4e4c-b495-458ba8b5901a.jpg)
অভিযোগ মতে প্ৰশাসন তথা নিৰ্বাচন আয়োগে বিনা পাৰিশ্ৰমিক তথা লঘোণে-পিয়াহে এই সকল ছাত্ৰক কেন্দ্ৰ সমূহত সম্পূৰ্ণ দহ ঘন্টাৰো অধিক সময় কৰ্তব্য সম্পাদন কৰিবলৈ নিয়োগ কৰিছে ৷ ইপিনে প্ৰশাসন তথা নিৰ্বাচন আয়োগৰ এই কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে ফিল'বাৰী আঞ্চলিক ছাত্ৰসন্থাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/df0d8b3d-59b0-4818-a8ac-95959d71eba5.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us