বৈঠালাংছ’ত অভিযান বন বিভাগৰ...

বৈঠালাংছ’ত অভিযান বন বিভাগৰ...
  • বৈঠালাংছ’ত বন বিভাগৰ অভিযান ।

  • অভিযানত চোৰাং কাঠসহ জব্দ এখন বাহন ।

  • বৈঠালাংছ’ৰ পৰা কঁচুৱা অভিমুখে গৈ থকা অৱস্থাত জব্দ বাহনখন ।

  • কাঠভৰ্তি বাহনখন আবু হানিফাৰ বুলি জানিব পৰা গৈছে ।

  • দীৰ্ঘদিনৰ পৰা আবু হানিফে চোৰাং কাঠৰ বেহা চলাই আহিছিল ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in