New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/82677cba-e7d0-42a3-8f23-45e2fc23ca3f/111.jpg)
বৈঠালাংছ’ত বন বিভাগৰ অভিযান ।
অভিযানত চোৰাং কাঠসহ জব্দ এখন বাহন ।
বৈঠালাংছ’ৰ পৰা কঁচুৱা অভিমুখে গৈ থকা অৱস্থাত জব্দ বাহনখন ।
কাঠভৰ্তি বাহনখন আবু হানিফাৰ বুলি জানিব পৰা গৈছে ।
দীৰ্ঘদিনৰ পৰা আবু হানিফে চোৰাং কাঠৰ বেহা চলাই আহিছিল ।