মহানগৰীত বাঘৰ আক্ৰমণত আহত এজন...

কুঁৱাত গা ধুবলৈ যোৱাৰ সময়তে আক্রমণ লোকজনক।
মহানগৰীত বাঘৰ আক্ৰমণত আহত এজন...
  • মহানগৰীৰ গণেশপাৰাৰ দাতালপাৰাত নাহৰফুটুকীৰ সন্ত্রাস।

  • নাহৰফুটুকীৰ আক্রমণত আহত এজন লোক।

  • কুঁৱাত গা ধুবলৈ যোৱাৰ সময়তে আক্রমণ লোকজনক।

  • আঘাতপ্রাপ্ত লোকজনক GMCHত ভৰ্তি।

  • বাঘৰ বিচৰণৰ বাবে আতংকিত অঞ্চলবাসী।

  • ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in