বেয়া দিন: তিনি কংগ্ৰেছী বিধায়কৰ পদত্যাগ...

কংগ্ৰেছী নেতাৰ অসন্তুষ্টি। ভাৰতীয় এক অন্যতম তথা পুৰণি ৰাজনৈতিক দল হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ
বেয়া দিন: তিনি কংগ্ৰেছী বিধায়কৰ পদত্যাগ...

ডিজিটেল ডেস্ক: কংগ্ৰেছী নেতাৰ অসন্তুষ্টি। ভাৰতীয় এক অন্যতম তথা পুৰণি ৰাজনৈতিক দল হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ। সময়ৰ গতিত এসময়ৰ এই জনপ্ৰিয় দলটিৰ বৰ্তমান জনবিমুখ হোৱা দেখিবলৈ পোৱা গৈছে।

ভাৰতৰ সমান্তৰালভাৱে অসমতো দলটিৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। তদুপৰি দলটোৰ নেতা-বিধায়কৰ মাজতো দ্বিমতে দেখা দিয়াৰ পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে এইবাৰ চৰ্চা চলিছে পদত্যাগ কৰিব তিনি কংগ্ৰছী বিধায়কে।

পদত্যাগৰ চৰ্চাত থকা তিনি কংগ্ৰেছী নেতা হ'ল ক্ৰমে কমলাক্ষ দে' পুৰকায়স্থ, খলিলউদ্দিন মজুমদাৰ, মিজবাউল ইছলাম লস্কৰ। এই সন্দৰ্ভত তিনি নেতাই প্ৰদেশ কংগ্ৰেছলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ । উল্লেখ্য যে, ভূপেন বৰাৰ ওপৰত চৰম অসন্তুষ্টি কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থৰ। শিলচৰৰ জিলা কংগ্ৰেছ সভাপতি নিযুক্তিক লৈ অসন্তুষ্ট প্ৰকাশ তিনি নেতাৰ।

বেয়া দিন: তিনি কংগ্ৰেছী বিধায়কৰ পদত্যাগ...
দৰ্শকৰ শাৰীত ৰহাৰ কংগ্ৰেছী নিলম্বিত বিধায়ক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in