New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- কোকৰাঝাৰ গৌৰ নগৰত শিক্ষকসহ তিনিজনক আক্ৰমণ দুৰ্বৃত্তৰ।
- দুৰ্বৃত্তৰ আক্ৰমণত আহত শিক্ষক আশ্ৰাফ আলী, নুৰউদ্দিন সেখ আৰু আনোৱাৰ আনছাৰী ৷
- বুধবাৰে সংঘটিত হয় এই ঘটনা।
- আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ ৷
- ১২ ঘন্টাৰ ভিতৰত অভিযুক্ত শ্যামল সৰকাৰ,সুৰজ বৰ্মন সহ প্ৰতিজন দুৰ্বৃত্তক কৰায়ত্বৰ সময়সীমা জিলা সভাপতি নজৰুল ইছলামৰ ৷
- নিৰ্দিষ্ট সময়মতে দুৰ্বৃত্তক কৰায়ত্ত নকৰিলে আন্দোলনৰ হুংকাৰ এবিএমছুৰ ।