New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4vIpP1VUAASRIL.jpg)
- তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ সাজু নিৰ্বাচন আয়োগ তথা প্ৰশাসন।
- গুৱাহাটীতো দেখা পোৱা গৈছে নিৰ্বাচন আয়োগ আৰু প্ৰশাসনৰ তৎপৰতা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D4vIi6QVUAASSqc.jpg)
- ভোটকেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে পুলিং বিষয়া, নিৰাপত্তাৰক্ষী।
- ভিভিপেড, ইভিএম, কণ্ট্ৰ'ল ইউনিট লৈ নিজৰ গন্তব্য স্থল অভিমুখে ৰাওনা হৈছে সকলো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D4vIwMcU8AAJVG_.jpg)
- ২৩ এপ্ৰিলত অৰ্থাৎ মঙলবাৰে অসমৰ ৪টা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন।
- কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us