New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/5d6cab84-f369-433b-a185-73d7c2a376aa/111.jpg)
মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ
দুটা গভাইত চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা
আৰক্ষীৰ গুলীত আহত চোৰ দুটা
আহত চোৰ দুটা মুকেশ কুমাৰ আৰু গৌৰৱ পাল
গীতানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল চোৰ দুটাক
আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা
আৰু পঢ়ক : দিল্লী বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা হ'ব গুৰুজনাৰ নামত আসন, গঢ়ি তোলা হ'ব গৱেষণা কেন্দ্ৰ...