ওৰাং বালিকা মধ্য ইংৰাজী বিদ্যাপীঠত চুৰিকাণ্ড

ওৰাং বালিকা মধ্য ইংৰাজী বিদ্যাপীঠত চুৰিকাণ্ড

author-image
Asomiya Pratidin
New Update
ওৰাং বালিকা মধ্য ইংৰাজী বিদ্যাপীঠত চুৰিকাণ্ড

ডিজিটেল সংবাদ, ওৰাং: ওৰাঙৰ বালিকা বিদ্যালয়ত চুৰিকাণ্ড৷ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ওৰাং বালিকা এম ই বিদ্যাপীঠত দেওবাৰে নিশা সংঘটিত হয় এই চুৰিকাণ্ড। চুৰে কাৰ্য্যলয়ৰ তলা ভাঙি লুটি লৈ গল ৩ লাখ টকাৰ সামগ্ৰী।

Advertisment

প্ৰজেক্টৰকে আদি কৰি চুৰে লুটি লৈ বহু মূল্যৱান সা- সামগ্ৰী। ইতিমধ্যে এই ঘটনা সম্পৰ্কত ওৰাং বালিকা মধ্য ইংৰাজী বিদ্যাপীঠৰ প্ৰধান শিক্ষয়িত্ৰী দিকমায়া দেৱীয়ে ওৰাং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

Also Read: ছয়মাইলৰ পূৰ্বাচা এপাৰ্টমেণ্টত যুৱতীৰ উৱলি যাব ধৰা মৃতদেহ উদ্ধাৰ : পলাতক ভুৱা স্বামী

orang