/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/f4ed0c6a-14d4-41b6-8708-777e6a4d504f/biswanath_05.jpg)
চোৰে কাটিলে বিশ্বনাথ আৰক্ষীৰ নাকঃ একেখন দোকানত বাৰে বাৰে চুৰি...
ডিজিটেল সংবাদ বিশ্বনাথঃ বিশ্বনাথত পুনৰ চোৰে নাক কাটিলে বিশ্বনাথ আৰক্ষীৰ I এইবাৰ চোৰৰ টাৰ্গেট হাৰ্ডৱেৰ দোকান I বিশ্বনাথৰ পাভৈ পথত থকা মাতা হাৰ্ডৱেৰ নামৰ দোকানখনত চোৰে চলালে চাফাই অভিযান।
ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ পৰা চোৰে লৈ গ'ল দুটা লেপটপ, দুটা চি চি টিভিৰ ডি ভি আৰ আৰু জি অ' ৱাইফাই I ইয়াৰ পূৰ্বেও চাৰিবাৰকৈ এই ব্যৱসায়ীক প্ৰতিষ্ঠানখনত হৈছিল চুৰিকাণ্ড I
ইতিমধ্যে বিশ্বনাথ আৰক্ষীৰ দল উপস্হিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বিশ্বনাথ আৰক্ষীয়ে চোৰ ধৰিবলৈ কিমান সক্ষম হয় সেইয়াহে লক্ষণীয় হ'ব I