মন্দিৰো বাদ নপৰিলঃ এইবাৰ ভেটাপাৰাৰ বিষ্ণু মন্দিৰত চোৰে চলালে চাফাই অভিযান…

মন্দিৰো বাদ নপৰিলঃ এইবাৰ ভেটাপাৰাৰ বিষ্ণু মন্দিৰত চোৰে চলালে চাফাই অভিযান…

author-image
asomiyapratidin
New Update
পুনৰ এনকাউন্টাৰ, পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলী…

  • ভেটাপাৰাৰ গোপাল পথৰ বিষ্ণু মন্দিৰত চুৰিকাণ্ড ।
  • মন্দিৰৰ গ্ৰীল ভাঙি মন্দিৰৰ ভিতৰত চোৰৰ প্ৰৱেশ ।
  • চোৰে মন্দিৰটোৰ পৰা কি কি লুটিলে এতিয়াও নিশ্চিত হোৱা নাই ।
  • মূল দুৱাৰ খুলি মন্দিৰৰ ভিতৰত পূজাৰীয়ে প্ৰৱেশ কৰিলেহে পোহৰলৈ আহিব এই কথা ।
  • মন্দিৰৰ ভিতৰত আছিল বহু মূল্যৱান সামগ্ৰী।
  • এটা দান পাত্ৰত আছিল যথেষ্ট টকা।
  • এটা আলমিৰাত আছিল কাঁহ-পিতলৰ বাচন-বৰ্তনকে ধৰি বহুতো মূল্যৱান সামগ্ৰী।
assam guwahati