অসম মুখ্য-পৃষ্ঠা পানীখাইতিত আৰক্ষীৰ জালত এটা গভাইত চোৰ পানীখাইতিত আৰক্ষীৰ জালত এটা গভাইত চোৰ asomiyapratidin 16 Aug 2022 09:19 IST Follow UsNew Updateপানীখাইতিত আৰক্ষীৰ জালত এটা গভাইত চোৰ।ধৃত চোৰটো গুৱাহাটীৰ গান্ধীবস্তিৰ মকবুল হক।ৰে'লৱে লোহা চুৰি কৰি থকাৰ সময়তে হাটে-লোটে কৰায়ত্ত চোৰটোক।আমগাঁৱৰ পৰা আটক কৰে চোৰটোক।জব্দকৃত লোহাখিনিৰ মূল্য প্রায় কেইবা লাখ টকা। assam arrested theft Assam policeআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক