/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-02/tndau6x2/10.jpg)
কচুৱাৰ পুঠিমাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।
কচুৱা থানাৰ অন্তৰ্গত পুঠিমাৰীত উদ্ধাৰ হৈছে মৃতদেহ।
বৰপানী নৈত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয়লোকে।
মৃতদেহটো ১নং ফাকলি গাঁৱৰ নুৰ মহম্মদ বুলি চিনাক্ত কৰা হৈছে।
এদিন পূৰ্বে উজানমাৰীত বৰপানী নৈ পাৰ হ’ব লওঁতে উটি গৈছিল নুৰ মহম্মদ।
Also Read: বিশৃংখল আৰু বিতৰ্কিত কাৰ্যকলাপেৰে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ঢকুৱাখনা সদৰ থানা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us