ধৰ্মপ্ৰাণ মহিলা আইজান বৰগোহাঁইৰ পৰলোকপ্ৰাপ্তি

ধৰ্মপ্ৰাণ মহিলা আইজান বৰগোহাঁইৰ পৰলোকপ্ৰাপ্তি

ডিজিটেল সংবাদ মথুৰাপুৰঃ ধৰ্মপ্ৰাণ মহিলা আইজান বৰগোহাঁইৰ পৰলোকপ্ৰাপ্তি। চৰাইদেউ জিলাৰ মথুৰাপুৰ ১০১নং গ্ৰান্টৰ কৃষিপাম গাঁৱৰ নিবাসী আইজান বৰগোহাঁইৰ সোমবাৰে আবেলি বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ৷

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। ধৰ্মপ্ৰাণ মহিলাগৰাকীৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। তেওঁৰ বিয়োগ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

ধৰ্মপ্ৰাণ মহিলা আইজান বৰগোহাঁইৰ পৰলোকপ্ৰাপ্তি
কাজিৰঙাত আয়ুষ মন্ত্ৰালয়ৰ দুদিনীয়া চিন্তন শিবিৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in