মঙলদৈত বজ্ৰ পৰি এজনৰ মৃত্যু

মঙলদৈত বজ্ৰ পৰি এজনৰ মৃত্যু
  • মঙলদৈত বজ্ৰ পৰি এজনৰ মৃত্যু।

  • বুধবাৰে দুপৰীয়া মঙলদৈত বজ্ৰ পৰি এজনৰ মৃত্যু।

  • মঙলদৈৰ নিকতৱৰ্তী ঘাটপাৰত খেতি কৰি থকা অৱস্থাত বজ্ৰ পৰি এগৰাকী বৃদ্ধৰ মৃত্যু হয়।

  • মৃত ব্যক্তিজনৰ নাম মজুৰুদ্দিন ( ৬২) বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in