/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ed8cb8d-cf20-408a-b285-836d86be5446/DISPUR_08.jpg)
DISPUR DISPUR
শ্ৰীশ্ৰী মাধৱদেৱ তিথি উপলক্ষে ৰাজ্য চৰকাৰৰ বিশেষ জাননী।
১৫ ছেপ্টেম্বৰত হে অনুষ্ঠিত হ'ব শ্ৰীশ্ৰী মাধৱ দেৱৰ পবিত্ৰ তিথি।
এইবাৰ ১৪ ছেপ্টেম্বৰত গুৰুজনাৰ তিথি উদযাপন কৰাৰ কথা আছিল।
ৰাজ্যৰ বিভিন্ন সত্ৰৰ পৰা পোৱা আৱেদনৰ ভিত্তিতে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত গ্ৰহণ।
সত্ৰসমূহে ১৪ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ১৫ ছেপ্টেম্বৰতহে মাধৱ গুৰুজনাৰ তিথি উদযাপনৰ বিষয়ে আৱেদনৰ জৰিয়তে প্ৰস্তাৱ দিছিল।