Published on:
Updated on:
- কামাখ্যাধাম দৰ্শনলৈ গ'লে পুনৰ কৰিব লাগিব কোৰোনা টেষ্ট।
- পুনৰ কোৰোনাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ।
- সকলো দৰ্শনাৰ্থীয়ে কৰিব লাগিব এন্টিজেন টেষ্ট।
- শক্তিপীঠ কামাখ্যাৰ পুৰহিতসকলেও কৰিব লাগিব কভিড টেষ্ট।
Code:
Asomiya Pratidin
www.asomiyapratidin.in