/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
চাপৰৰ ৰঙামাটিত সংঘটিত নৃশংস হত্যাকাণ্ড...
-
চাপৰৰ ৰঙামাটিত সংঘটিত নৃশংস হত্যাকাণ্ড।
-
নিজ পত্নীক দাৰে ঘপিয়াই হত্যা কৰিলে স্বামীয়ে।
-
ৰঙামাটিৰ জুগলিকান্দাত সংঘটিত হৈছে এই ঘটনা।
-
জানিব পৰা মতে মৃত মহিলাগৰাকীৰ নাম নাজমিন।
-
এই পৰ্যন্ত এই হত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।
-
অভিযুক্ত স্বামীৰ নাম ছামিনুৰ ৰহমান।
-
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
Also Read: ভূপেন বৰা, ৰকিবুল হুছেইন,দেৱব্ৰত শইকীয়াৰ উপস্থিতিত ৰজলীনা তিৰ্কীৰ মনোনয়ন দাখিল...