তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা…

তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা…

author-image
asomiyapratidin
New Update
তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ সোমবাৰে ঘোষণা কৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে লখিমপুৰ জিলাৰ শিমলুগুৰিৰ মেধাৱী ছাত্ৰী নিলাক্ষী হাজৰিকাই৷ নিলাক্ষীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত হিন্দীত মেজৰসহ প্ৰথম শ্ৰেণীৰ প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে ৷নিলাক্ষীৰ সফলতাই আশাৰ ৰেঙণি আৰু অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। সৰুৰে পৰা অধ্যয়নৰ প্ৰতি আগ্ৰহী নিলাক্ষী শিমলুগুৰিৰ সমীপৱৰ্তী ১ নং নিমুৰীৰ নিবাসী তুলিকা বৰাৰ জীয়ৰী।