New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/tezpur-0c696304-b242-4779-a013-6612b34fbca4.jpg)
- তেজপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী মুঠ ১০ জন।
- জীয়াবুৰ ৰহমানে- নিৰ্দলীয়।
- মহেন্দ্ৰ ওৰাং- ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেল।
- মহেন্দ্ৰ ভূঞা- নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি।
- এম.জি.ভি.কে. ভানু- কংগেছ।
- ইকবাল আনচাৰী- নিৰ্দলীয়।
- ৰণবিজয় কুমাৰ ৰায়- বহুজন মুক্তি পাৰ্টি।
- বিজয় কুমাৰ তিৰু- অসম আদিবাসী ৰাষ্টীয় পাৰ্টি।
- ৰাম বাহাদুৰ সোনাৰ- নেশ্বনেল পিপলচ পাৰ্টি।
- পল্লৱ লোচন দাস- ভাৰতীয় জনতা পাৰ্টি।
- কৃষ্ণহৰি পাল- সৰ্ব ভাৰতীয় হিন্দুষ্টান কংগ্ৰেছ পাৰ্টি।