তেজপুৰত কংগ্ৰেছ-বিজেপিৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা…

তেজপুৰত কংগ্ৰেছ-বিজেপিৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা…

author-image
asomiyapratidin
New Update
অসমত ৭খন আসনত আগবাঢ়ি আছে বিজেপি…

  • তেজপুৰত তীব্ৰ প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থীৰ মাজত।
  • বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসে প্ৰথম পৰ্যায়ৰ গণনাত লাভ কৰিছে ৮৯৫০টা ভোট।
  • কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৱে লাভ কৰিছে ৭৫৯৪টা ভোট।
  • প্ৰথম পৰ্যায়ৰ ভোটগণনা অব্যাহত আছে সমষ্টিটোত।
  • ২২৬টা ভোট পৰিছে নোটাত।
  • কংগ্ৰেছ, বিজেপি প্ৰাৰ্থীৰ পিছতেই সৰ্বাধিক ভোট প্ৰদান কৰিছে নোটাত।