বিবাহ অভ্যৰ্থনাৰ আহাৰ গ্রহণৰ পাছতেই অসুস্থ শতাধিক লোক…

বিবাহ অভ্যৰ্থনাৰ আহাৰ গ্রহণৰ পাছতেই অসুস্থ শতাধিক লোক…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

  • তেজপুৰ পুঠিমাৰীৰ বাপুভেটিত খাদ্যত বিষক্রিয়া।
  • বিবাহ অভ্যৰ্থনাৰ আহাৰ গ্রহণ কৰি অসুস্থ প্রায় শতাধিক লোক।
  • মঙলবাৰে বিবাহৰ অভ্যৰ্থনাত সংঘটিত এই ঘটনা।
  • গুৰুতৰভাৱে অসুস্থ তিনিজনক TMCHত ভৰ্তি কৰোৱা হয়।
  • আন অসুস্থ লোকসকলক  ঘৰে ঘৰে চিকিৎসা প্রদান কৰা হয়।
assam tezpur food poisoning