তেজপুৰত ২০১৪তকৈ ২০১৯ বৰ্ষত ভোটদানৰ সংখ্যা বৃদ্ধি…

তেজপুৰত ২০১৪তকৈ ২০১৯ বৰ্ষত ভোটদানৰ সংখ্যা বৃদ্ধি…

author-image
asomiyapratidin
New Update
তেজপুৰত ২০১৪তকৈ ২০১৯ বৰ্ষত ভোটদানৰ সংখ্যা বৃদ্ধি…

  • ২০১৪ বৰ্ষৰ লোকসভা নিৰ্বাচনতকৈ ২০১৯ বৰ্ষত তেজপুৰত বৃদ্ধি পাইছে ভোটাৰৰ সংখ্যা।
  • প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটদানৰ সংখ্যা যথেষ্ঠ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
  • প্ৰখৰ ৰ'দক নেওচি ভোটদান কৰিবলৈ তেজপুৰত দলে বলে ওলাই আহিছে ভোটাৰ ৰাইজ।
  • পুৱাৰ পৰাই ৰাইজে ভিৰ কৰিছে ভোটকেন্দ্ৰত।