অসম মুখ্য-পৃষ্ঠা তেজপুৰত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক… তেজপুৰত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক… asomiyapratidin 03 Jun 2022 18:00 IST Follow UsNew Updateতেজপুৰ কলিয়াভোমোৰা সেতুত আৰক্ষীৰ অভিযানত জব্দ ড্রাগছ।শুকুৰবাৰ জব্দ হয় ড্ৰাগছখিনি।এখন বাইকেৰে নগাঁৱৰ পৰা তেজপুৰলৈ আনিছিল ড্রাগছখিনি।আৰক্ষীয়ে জব্দ কৰে ড্রাগছ ভৰ্তি বহুকেইটা কণ্টেইনাৰ।আটক দিলদাৰ হুছেইন, হবিবুৰ ৰহমান নামৰ দুই সৰবৰাহকাৰীক। assam tezpur frugsআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক