New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
dangor kotha
তেজপুৰত এফ চি আইৰ মাণ্ডলিক কাৰ্যালয়ৰ গাণনিক বিষয়াক গ্রেপ্তাৰ।
উৎকোচ লৈ চি বি আইৰ হাতত গ্রেপ্তাৰ হ'ল আব্দুল লতিফ নামৰ বিষয়াজন।
বিল পাছ কৰাৰ বিনিময়ত ব্যৱসায়ীৰ পৰা ধন দাবী কৰিছিল আব্দুলে।
এজন ব্যৱসায়ীৰ পৰা ১.৩০ লাখ টকা দাবী কৰাৰ অভিযোগ আব্দুল লতিফৰ বিৰুদ্ধে।
ঘটনা কেন্দ্ৰ কৰি তেজপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।