তেজপুৰত ৭৮ হাজাৰ ভোটত পিছ পৰি আছে ভানু…

তেজপুৰত ৭৮ হাজাৰ ভোটত পিছ পৰি আছে ভানু…

author-image
asomiyapratidin
New Update
তেজপুৰত ৭৮ হাজাৰ ভোটত পিছ পৰি আছে ভানু…

  • বহু চৰ্চিত তেজপুৰ লোকসভা সমষ্টিত একাদিক্ৰমে বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুতকৈ আগবাঢ়ি আছে।
  • শেহতীয়া গণনাৰ অন্তত ৭৮,৩৭৬টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থীগৰাকী।
  • বৰ্তমানলৈকে ভোটগণনা সম্পন্ন হোৱা ৩,৩৮,২৪৭ টা ভোটৰ ভিতৰত ১,৯৯,৪৭৬ টা ভোট পল্লৱ লোচন দাসে লাভ কৰাৰ বিপৰীতে ১,২১,১০০ ভোট লাভ কৰিছে এম জি ভি কে ভানুৱে।
  • অৱশ্য এতিয়াও সমষ্টিটোৰ ৭,৪৪,৭৮৪ টা ভোটৰ গণনা কৰিবলৈ বাকী।