/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0c2e2c7b-3a53-4af0-91cc-10363b2d1ce8/dfggg.jpg)
-
মহানগৰীৰ পাটৰকুছিত ভয়ংকৰ অগ্নিকাণ্ড।
-
জুইত জাহ গ’ল এটা বাসগৃহ।
-
শুকুৰবাৰে সন্ধিয়াভাগত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।
-
অগ্নিকাণ্ডৰ ফলত বিস্ফোৰণ এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ।
-
অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই।
-
জয়ন্ত কলিতা নামৰ লোকজনৰ ঘৰত সংঘটিত এই অগ্নিকাণ্ড।
-
অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিয়ন্ত্ৰণ।