টীয়কত চাঞ্চল্য! দুৰ্বৃত্তৰ হাতত প্ৰাণ গ'ল এজনৰ...

টীয়কত নিশা নৃশংস হত্যাকাণ্ড।

author-image
Asomiya Pratidin
New Update
টীয়কত চাঞ্চল্য! দুৰ্বৃত্তৰ হাতত প্ৰাণ গ'ল এজনৰ...

টীয়কত নিশা নৃশংস হত্যাকাণ্ড।

ভদ্র বৰা নামৰ এজন লোকক দাৰে ঘপিয়াই হত্যা।

টীয়কৰ দোলাকাষৰীয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা।

খৰি বিক্রী কৰি আহোতেই অচিনাক্ত দুৰ্বৃত্তই ঘপিয়াই হত্যা কৰে লোকজনক।

শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।

assam murder teok