বজালীৰ গলিয়াৰ টোলগে’টত উত্তেজনা অব্যাহত...

টোলগে’টত বহিৰাগত লোকৰ অতপালিৰ অভিযোগ উত্থাপন ৰাইজৰ

author-image
Asomiya Pratidin
New Update
বজালীৰ গলিয়াৰ টোলগে’টত উত্তেজনা অব্যাহত...

bajali tolgate

ডিজিটেল ডেস্ক : বজালীৰ গলিয়াৰ টোলগে’টত অব্যাহত আছে উত্তেজনা। টোলগে’টত বহিৰাগত লোকৰ অতপালিৰ অভিযোগ উত্থাপন ৰাইজৰ। টোলগে’ট স্থাপনৰ পৰাই স্থানীয় ৰাইজক হাৰাশাস্তি কৰাৰ লগতে টোলগে’টৰ কৰ্মচাৰীয়ে যাত্রীক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে।

Advertisment

দেওবাৰে আপৰ প্রতিবাদৰ পিছতে গ্রেপ্তাৰ কৰা হৈছিল টোলগে’টৰ মেনেজাৰক। কিন্তু ২৪ ঘণ্টা পিছতেই ভৱানীপুৰ আৰক্ষীয়ে জামিনত মুকলি কৰি দিয়ে মেনেজাৰ হুমায়ুনক। উল্লেখ্য যে টপলাইন ইনফ্রা প্রজেক্টছ প্রাঃ লিমিটেডৰ অধীনত আছে উক্ত টোলগে’টখন।

tolgate bajali pathsala assam