New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/mmmmmmmmmihi.jpg)
- নলবাৰীত শুশ্রূষা হাস্পতালত উত্তপ্ত পৰিস্থিতি।
- এগৰাকী প্রসূতিৰ মৃত্যুক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতি।
- শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
- ভুল চিকিৎসাৰ বাবে এগৰাকী প্রসূতিৰ মৃত্যু হোৱাৰ অভিযোগ।
- নলবাৰীৰ শুশ্রূষা হাস্পতালত সংঘটিত এই ঘটনা।
- মৃত মহিলাগৰাকী অধ্যাপিকা ড০ ৰুমী কাকতি।
- কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধ্যাপিক।
- ডাঃ জয়ন্ত দাসৰ ভুল চিকিৎসাৰ বাবে অধ্যাপিকাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ।