New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/dangor-khobr-2.jpg)
- মহানগৰীত কোৰোনাত আক্ৰান্ত হৈ এগৰাকী শিক্ষয়িত্ৰীৰ মৃত্যু।
- মৃত শিক্ষয়িত্ৰীগৰাকীৰ নাম সীমা হাজাৰি।
- মহানগৰীৰ গোপাল বড়ো উচ্চ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত আছিল শিক্ষয়িত্ৰী গৰাকী।
- শিক্ষয়িত্ৰী গৰাকীৰ মৃত্যুত আতংক বিদ্যালয় শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থী.
- ৫ এপ্ৰিললৈ বিদ্যালয়ত পাঠদান আগবঢ়াইছিল শিক্ষয়িত্ৰীগৰাকীয়ে।
- শুকুৰবাৰে গুৱাহাটীৰ হেলথ্ চিটি হস্পিটেলত মৃত্যু হয় শিক্ষয়িত্ৰী গৰাকীৰ।
- শিক্ষয়িত্ৰী গৰাকীৰ স্বামী আৰু সন্তানো আক্ৰান্ত হৈছে কোৰোনাত।