বিদ্যালয়তে শিক্ষকক আক্ৰমণ যুৱকৰ...

সোণাৰিৰ টিঙালীবাম প্রাথমিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড।

author-image
Asomiya Pratidin
New Update
বিদ্যালয়তে শিক্ষকক আক্ৰমণ যুৱকৰ...

ডিজিটেল ডেস্ক: সোণাৰিৰ টিঙালীবাম প্রাথমিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড। বিদ্যালয়তে এগৰাকী শিক্ষকক দাৰে আক্রমণ যুৱকৰ। সোমবাৰে সংঘটিত হয় এই ঘটনা।

Advertisment

ঘটনাত গুৰুতৰভাৱে আহত শিক্ষক তুলসী সন্দিকৈ। মুনু প্রজা নামৰ এজন যুৱকে আক্রমণ কৰে শিক্ষকগৰাকীক।

শিক্ষক গৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয়।আক্রমণৰ কাৰণ এই পৰ্যন্ত জনা হোৱা নাই। মুনু প্রজাক আটক টিঙালিবাম আৰক্ষীৰ।

assam attack