New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/3ba9f1e3-fe5a-4015-837e-8c3f57e55398/fdgggfddgffdgfgd.jpg)
কন্ঠশিল্পী তৰুলতা দাসৰ মৃত্যু।
বৃহস্পতিবাৰে সন্ধিয়া ৮-২০ বজাত পৰলোকপ্ৰাপ্তি।
অসমীয়া কথাছবি "নৰকাসুৰ"কন্ঠশিল্পী আছিল তৰুলতা দাস।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ।
তেওঁৰ জন্ম হৈছিল ১৯৩৫ চনত।
Also Read: গেংষ্টাৰ-ৰাজনীতিবিদ মুখতাৰ আনচাৰীৰ মৃত্যু...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us