/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/f9d6145f-73be-417f-9614-a9b9845d4dfa/taren.jpg)
-
বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো অসুস্থ।
-
বৰ্তমান তেওঁ গুৱাহাটীৰ দিছপুৰৰ পলিক্লিনিকেট চিকিৎসাধীন ।
-
বৰ্তমান স্বাস্থ্যৰ কিছু উন্নত যদিও সংকটমুক্ত নহয় বুলি জনাই চিকিৎসকে।
-
যোৱা দুদিন ধৰি চিকিৎসাধীন অৱস্থাত আছে বড়ো।
-
তৰেন বড়োৰ সুস্বাস্থ্য কামনা বড়ো সাহিত্য সভাৰ লগতে বিভিন্ন দল-সংগঠনৰ।