New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/tapan.jpg)
- তপন কুমাৰ ডেকাত IBৰ নতুন দায়িত্ব।
- IB(ইন্টলিজেঞ্চ ব্যুৰ') ৰ সঞ্চালকৰ দায়িত্ব জ্যেষ্ঠ IPS বিষয়াজনক।
- দুই বছৰৰ বাবে নতুন দায়িত্ব অৰ্পন ডেকাক।
- ২৪ জুনত ডেকাক নতুন পদত নিযুক্তি দিয়া হয়।
- পূৰ্বে IBৰ বিশেষ সঞ্চালকৰ দায়িত্বত আছিল ডেকা।
- পূৰ্বে অৰবিন্দ কুমাৰ আছিল সঞ্চালক।
- তপন কুমাৰ ডেকা ১৯৮৮ বেটছৰ বিষয়া।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us